WhatsApp Group Join Now
Telegram Channel Join Now

Tuesday, July 16, 2024

ASSAM Direct Recruitment (ADRE 2.0) Grade iii & IV Important Question and Answers MCQ.

                               ADRE 2.0

General Knowledge & Social Studies

                      Part - 4





Q1. তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনৰ পৃথক কৰিছে?


a) দুৰাণ্ড লাইন 

b) মেকমোহন লাইন 

c) ষ্টেফৰ্ড লাইন 

d) ৰিফৰ্ত ভেলী 


Q.2 অসমৰ প্ৰথাটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল?


a. 1901 চনত 

b. 1899 চনত 

c. 1826 চনত  

d. 1947 চনত 


Q.3 হৰপ্পা সংস্কৃতি কি কাৰনে বিখ্যাত?


a. ভাস্কৰ্য্য 

b. নলা-নৰ্দমা পদ্ধতি 

c. নগৰ পৰিকল্পনা 

d. বাগিচা


Q.4 জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা কি?


a) কাশ্মীৰী 

b) পাৰ্চী 

c) পাঞ্জাৱী

d) উৰ্দু 


Q.5 আহোম সাম্ৰাজ্যৰ শেষৰ জন ৰজা কোন আছিল?

a) চাওলুং চুকাফা

b) প্ৰতাপ সিংহ 

c) জয়ধ্বজ সিংহ 

d) পুৰন্দৰ সিংহ


Q.6 অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় কত আছে?


a. মৰিগাঁও 

b. গুৱাাহাটী

c. নগাঁও 

d. যোৰহাট 


Q.7  ঢলা- শদিয়া দলং খন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?


a. ব্ৰহ্মম্পুত্ৰ 

b. লোহিত 

c. দিবাং 

d. ছিয়াং 


Q.8  'মৰঙিখুৱা গোহাঁই' পদ টো কোনে সৃষ্টি কৰিছিল?

a. চুকাফা 

b. চুডাংফা

c. চুহুংমুং 

d. বিৰ লাচিত 


Q. 9 থাইলেণ্ডৰ মুদ্ৰা কি?

a. Euro

b. Dinar

c. Doller 

d. Bhat 


Q.10 হনৈ কোণখন দেশৰ ৰাজধানী?

a. Vietnam 

b. Cambodia 

c. Singapore 

d. Indonesia 


Q.11 পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল

a. বিম্বিচাৰ 

b. উদয়ন 

c. অজাতশত্ৰু 

d. কানিশ্ক


Q.12 শেৱালী কবি বুলি কাক জনা যায়?

a. জ্যোতি প্ৰসাদ আগৰৱালা

b. হেমচন্দ্ৰ গোস্বামী 

c. হোমেন বৰগোহাঞি

d. ৰত্ন কান্ত বৰকটকী 


Q. 13 "The Race of My" Life কিতাপ খনৰ লিখক কোন?

a. মিলখা সিং 

b. কপিল দেৱ 

c. সোচিন টেণ্ডুলকাৰ

d. ধনী 


Q. 14 ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু ভূমি এলেকা আছে বা সৰু?

a. অসম 

b. নাগালেণ্ড 

c. মণিপুৰ 

d. গোৱা 


Q.15 ভাৰতৰ "মিছাইল মেন" বুলি কাক জনা যায়?

a. মহাত্মা গান্ধী

b. জৱাহৰলাল নেহৰু 

c. Dr এ পি জে আপদুল কালাম 

d. নৰেন্দ্ৰ মোদী


Q. 16 ৰাম মন্দিৰৰ উচ্চতা কিমান ?

a. 150 ফুট 

b. 161 ফুট 

c. 178 ফুট 

d. 192 ফুট 



Answers :

1) B

2) A

3) C

4) D

5) D

6) C

7) B

8) C

9) D

10) A

11) B

12) D

13) A

14) D

15) C

16) Please Comment on YouTube



ASSAM Direct Recruitment (ADRE 2.0) Grade iii & IV Important Question and Answers MCQ.




No comments:

Post a Comment