ADRE 2.0
General Knowledge & Social Studies
Part -3
1) ভাৰতীয় সংবিধানৰ খচৰা কমিটি (Drafting Committee) কেতিয়া গঠন কৰা হৈছি?
• 1946
• 1947
• 1948
• 1951
2) মানৱ অধিকাৰ আয়োগ (Human Rights Commission) কেতিয়া গঠন কৰা হৈছিল?
• 1986
• 1993
• 1996
• 1946
3) কিমান চনত অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল ?
• 1812
• 1817
• 1820
• 1822
4) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্রথম জন সভাপতি কোন আছিল?
• নবীন চন্দ্ৰ বৰদলৈ
• কুলধৰ চলিহা
• জগনাথ বৰুৱা
• এটাও নহয়
5) অসমৰ অৰণ্য মানৱ কোন?
> ড' ভূপেন হাজৰিকা
> যাদৱ পায়েং
> শিৱ থাপা
> গোপীনাথ বৰদলৈ
6) বান ৰজাৰ পিতৃ কোন আছিল ?
• বালি
• নাৰদ
• সুগ্ৰিব
• বিষ্ণু
7) কাতি বিহুৰ উপলক্ষে বডো সকলে কি গছৰ তলত চাকি জ্বলাই?
• তুলসী
• সিজু
• আহত
• আম
8) ভিটামিন K ৰ অভাৱত হোৱা ৰোগ হল?
> কুকুৰীকণা
> কটা- ছিঙা হলে সোনকালে তেজ বন্ধ নহয়
> মাংস পেশীৰ বিকৰ হয়
> দাঁতৰ আলুৰ পৰা তেজ ওলাই।
9) ৰঙালী (বহাগ) বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয়?
• মেলা বিহু
• গৰু বিহু
• চেৰা বিহু
• কুটুম বিহু
10) মহৰ দ্বাৰা হোৱা বেমাৰবিধ হল?
> প্লেগ
> গৰল
> স্কৰ্ভি
> ফাইলেৰিয়া
11) ভাগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জৰিত?
• Hindustan Republican Association
• Hindustan Republican Army
• Hindustan Socialist Republican
• Ghadar (গদাৰ দল)
12) অতি শীতল অঞ্চলত হোৱা এবিধ উদ্ভিদ হল?
> কেকটাছ
> পাইন
> মজ
> ওক
13) জাতিংগা পক্ষী উদ্যান কত আছে?
> গোলাঘাট
> যোৰহাট
> ডিমা হাছাও
> শোণিতপুৰ
14) এইবাৰ হৈ যোৱা 2024 ৰ ICC Men's T20 World Cup ৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল?
• 7th
• 8th
• 9th
• 10th
15) 2024 ৰ ICC T20 World Cup ৰ Final খেল খন কাৰ কাৰ মাজত হৈছিল ?
• ভাৰত আৰু দক্ষিণ আফ্ৰিকা
• ভাৰত আৰু ৱেষ্ট ইণ্ডিজ
• ভাৰত আৰু পাকিস্তান
• ভাৰত আৰু আফগানিস্থান
16) অলিম্পিক পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন?
• Sania Nehwal
• Sania Mirza
• P V sindhu
• K Malleswari
Ans : Please Comment
Answers :
1) 1947
2) 1993
3) 1817
4) কুলধৰ চলিহা
5) যাদৱ পায়েং
6) বালি
7) সিজু
8) কটা- ছিঙা হলে সোনকালে তেজ বন্ধ নহয়
9) চেৰা বিহু
10) ফাইলেৰিয়া
11) Hindustan Socialist Republican
12) মজ
13) ডিমা হাছাও
14) 9th
15) ভাৰত আৰু দক্ষিণ আফ্ৰিকা
16) please Comment on YouTube
Assam Direct Recruitment 2024 Grade III & IV Important (MCQ) Question and Answers .
No comments:
Post a Comment