ADRE 2.0
Social Studies & GK
Model Question Paper -4
Total Marks - 20
----------------------------------------
----------------------------------------
1. স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত "মৃত্যু বাহিনী" কোনে গঠন কৰিছিল?
a) কনকলতা বৰুৱা
b) পুষ্পলতা দাস
c) মণিৰাম দেৱান
d) গুনেশ্বৰী দেৱী
----------------------------------------
2. লোচাং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়?
a) ছিক্কিম
b) কেৰেলা
c) অৰুণাচল প্ৰদেশ
d) মেঘালয়
----------------------------------------
3. টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল?
a) গোলাপ চন্দ্ৰ বৰুৱা
b) কাশীনাথ ফুকন
c) হেমচন্দ্ৰ গোস্বামী
d) শ্ৰিনাথ দুৱৰা বৰবৰুৱা
----------------------------------------
4. বেডমিন্টন কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল?
a) India
b) USA
c) Indonesia
d) Argentina
----------------------------------------
5. ভৰতৰ প্ৰথম চুপাৰ কম্পিউটাৰ কি নামেৰে জনাজাত?
a) EKA
b) PARAM 8000
c) PARAM YUVA
d) SAGA
----------------------------------------
6. প্ৰথম বাৰৰ বাবে ৰূপিয়া (Rupia) নামৰ নতুন মুদ্ৰা কোনে প্ৰবৰ্তন কৰিছিল?
a) আলাউদ্দিন খিলজী
b) আকবৰ
c) বাবৰ
d) শ্বেৰ শ্বাহ চুৰি
----------------------------------------
7. অসমত বৰ্তমান মুঠ কেইখন বিশ্ব ঐতিহ্যক্ষেত্ৰ (World Heritage Sites) আছে?
a) 5 খন
b) 3 খন
c) 2 খন
d) 4 খন
----------------------------------------
8. অসমৰ তৃতীয় খন বিশ্ব ঐতিহ্যক্ষেত্ৰ স্থল (World Heritage Sites) কোনখন?
a) চৰাইদেউ মৈদাম
b) দীপৰ বিল
c) উমানন্দ মন্দিৰ
d) শিৱ দৌল
----------------------------------------
9. কোন তাৰিখে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ স্থল (World Heritage Sites) হিছাপে স্বীকৃতি প্ৰদান কৰা হয়?
a) 1 July 2024
b) 26 July 2024
c) 16 March 3024
d) 6 July 2024
----------------------------------------
10. বিশ্ব ঐতিহ্যক্ষেত্ৰ স্থল সমূহক কোনে স্বকৃতি প্ৰদান কৰে?
a) ফ্ৰান্স
b) বিশ্ব স্বাস্থ্য সংস্থা
c) ইউনেস্কো
d) এন চি ই আৰ টি
----------------------------------------
11. তাজমহল ডিজাইন কৰা ব্যক্তি কোন আছিল?
a) উস্তাদ আহমদ লহৰী
b) ইছমাইল
c) শ্বাহ আব্বাস
d) মহম্মদ হুছেইন
----------------------------------------
12. গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?
a) 1980 চনত
b) 1965 চনত
c) 1960 চনত
d) 1970 চনত
----------------------------------------
13. সূৰ্য্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে কি ভিটামিন আহৰণ কৰে?
a) Vitamin A
b) Vitamin C
c) Vitamin D
d) Vitamin B
----------------------------------------
14. কোন জন আহোম ৰজাক " বুঢ়া ৰজা" বুলি জনা গৈছিল?
a) চক্ৰধ্বজ সিংহ
b) জয়ধ্বজ সিংহ
c) উদিত্য সিংহ্
d) প্ৰতাপ সিংহ
----------------------------------------
15. লোডী বংশৰ শেষৰ জন ৰজা কোন আছিল?
a) ইব্ৰাহিম লোডী
b) চিকণ্ডৰ লোডী
c) বাহালুল লোডী
d) দৌলত খান লোডী
----------------------------------------
16. ফিনলেণ্ডৰ মুদ্ৰা কি?
a) ডলাৰ
b) ৰিয়াল
c) পাউণ্ড
d) ইউৰো
----------------------------------------
17. অসম জাতীয় পৰিষদ (AJP) নামৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰতীক চিহ্ন কি?
a) তলা চাবি
b) চাইকেল
c) জাহাজ
d) নাঙল
----------------------------------------
18. অসম লোকসভা আসন সমূহৰ কিমণ খণ আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত?
a) 5 খন
b) 3 খন
c) 1 খন
d) 2 খন
----------------------------------------
19. দ্বিতীয় আলেকজেণ্ডাৰ হিছাপে কাক গণ্য কৰা হয়?
a) জলালুদ্দিন খিলজি
b) আল্লাউদ্দিন খিলজি
c) মুবাৰক খিলজি
d) খুৰুচ খান
----------------------------------------
20. কোন চনত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?
a) 1917 চনত
b) 1917 চনত
c) 1934 চনত
d) 1909 চনত
----------------------------------------
ADRE 2.0 Most Important and Expected Question And Answers for Grade III & IV posts exam, Part - 4
No comments:
Post a Comment