Sunday, August 21, 2022

Assam Direct Recruitment Grade IV II Exam Memory Based Answer Key II Unofficial Exam Date - 21-08-2022

Answer Key Unofficial

Assam Direct Recruitment Grade IV Exam Memory Based Question Answer

Exam Date - 21-08-2022




Answer Key

Questions & Answers

 1. Who got Assam vaibhav award 2022?

Ans - Chairman Ratan Naval Tata


2. Who was the 2nd cm of Assam?

Ans - Bishnuram Medhi


3. In which Assamese magazine was the state song of Assam "O Mor Aponar Desh" first published?

Ans - Bahi (1909)


4. What is Bangladesh currency?

Ans - Taka


5. Victoria memorial museum is located in which city?

Ans - Kolkata


6. Capital of Zimbabwe?

Ans - Harare


7. 8th may is celebrated as?

Ans - Mother's Day


8. Capital of Thailand?

Ans - Bangkok


9. Where is Narendra Modi Stadium is situated?

Ans - Gujrat (Ahmedabad)


10.  কোনটো আন্দোলন ত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

Ans - ভাৰত ত্যাগ আন্দোলন (Quite India Movement)


11. MPLAD আচনিত LAD ৰ সম্পূৰ্ণ ৰূপ টো কি?

Ans - Local Area Development


12. হিমা দাস কোনটো খেলৰ লগত জৰিত?

Ans. দৌৰ (Indian Sprinter)


13. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ?

Ans. আৰ্যভ্ট


14. UAE (আৰৱৰ) মুদ্ৰা ৰ নাম কি?

Ans- Dirhan


15. 4 May পালন কৰা হয়?

Ans- International Firefighter's Day


16. অসম ৰাজ্যিক সংগ্ৰহাল়ত কত অৱস্থিত?

Ans- গুৱাহাটী ত


17. Last King of Ahome?

Ans- Purandar Singha


18.Colour TV service Stat in India?

Ans - 1982


19.In which article is the right to educational (RTE) freedom?

Ans - Article 21 A


20. পৃথিৱীৰ আটাতকৈ ডাঙৰ হ্ৰদ কোনটো (largest Lake in the world)

Ans - Caspian Sea


21. মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় (First Indian go to Speace)

Ans - Rakesh Sharma


22. Gangtok is Capital of ( গেংটক ৰাজ্যৰ ৰাজধানী)

Ans- Sikkim


23. প্ৰথম Cricket World Cup কিমান চনত হৈছিল?

Ans - 1975 (England)


24. কোন খেলত বল ব্যৱহাৰ নহয়?

Ans. Badminton


25. দুৰাণ্ড লাইন কোন দুখন দেশৰ মাজত আছে?

Ans - Pakistan & Afghanistan


26. প্ৰথম ICS বিষযা কোন?

Ans- আনন্দৰাম বৰুৱা


27. চাণক্য কোন ৰজাৰ ৰাজসভাৰ মন্ত্ৰী আছিল?

Ans- চন্দ্ৰগুপ্ত মৰ্য্য


28. প্ৰথম অসমীয়া চনেট কবিতা কোনখন আলোচনীত প্ৰকাশ পাইছিল?

Ans- জোনাকী


29. কোনটো ট্ৰফি অন্তঃ মহাবিদ্যালয় প্ৰতিযোিতাসমূহত দিয়া হয়?

Ans - Bordoloi Trophy 


30. অভিৰুচি খেল দিবস কোন জন খেলুৱৈ জন্ম দিৱসৰ লগত সংগতি ৰাখি মনা হয়?

Ans - ভুগেশ্বৰ বৰুৱা


31. নৰনাৰায়ণ সেতু সংযোগী ঠাই?

Ans- যোগীঘূপা অাৰু পঞ্চৰত্ন 


32. অসম চিকিৎসা মহাবিদ্যালয় কত অৱস্থিত?

Ans - Dibrugarh


33. বাণ থিয়েতাৰ কত অৱস্থিত?

Ans- তেজপুৰ


34.  হিমা দাসৰ দৌৰৰ গতি কি?

Ans. 50.79 sec (400m)


35.  ৰাছিয়া অাৰু আলাস্কাক কোনটো জলদিপে সংযোগ কৰিছে?

Ans. বেৰিং দ্বীপ


36.  চুনামি কত হয়?

Ans. মহাসাগৰত


37. কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই।

Ans- চিকিম


38. শেহতীয়াকৈ ৰমন মেগচাচে বঁটা প্ৰদান কৰা হৈছে?

Ans- Ravish Kumar


39. ধপাত বিৰোধী দিবস?

Ans- 31st May 


40. ব্ৰহ্মপুত্ৰ ক বাংলাদেশত কি বুলি জনা যায়?

Ans - যমুনা 


41.  প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা গৈছিল?

Ans- Bhismaknagar


42. অসুৰ ৰাজ্য প্ৰতিঠা কৰিছিল?

Ans- Marichi


43. মীৰাবাই চানো কোনটো খেলৰ লগত জৰিত?

Ans - Weight Lifting


44. First Law Minister?

Ans - BR Ambedkar


45. A Group of Tiger is Called?

Ans - Streak of Tiger 


46. Niti Aayog ৰ মুখ্য কাৰ্যযালয় কত? সভাপতি জন?

Ans - New Delhi/ Narendra Modi


47.  ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?

Ans- Mohommad Bin Tughlaq


48. হিং কৰপৰা বেছিকৈ অনা হয়?

Ans - Iran and Afghanistan


49. অজগৰ বুৰঞ্জী কোনে লিখিছিল?

Ans- Nogen Hazariika


50. প্ৰথম ৰঙ্গমঞ্চ কত হৈছিল?

Ans - Shivsagar


51. অসমৰ লৌহ মানৱ কোন?

Ans- বিষ্ণুৰাম মেধি


52. Hargila project কোনে কৰিছিল?

Ans - Dr Purnima Barman


Thanks for Visit



No comments:

Post a Comment